গোলাঘাটৰ ধনশিৰি নদীৰ ঘাটত ষট্ পুজাৰ সফল সামৰণি। ষট্ পুজাৰ বাবে সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে গোলাঘাটতো দেখা গ'ল ব্যাপক উৎসাহ। গোলাঘাটৰ ধনশিৰি নদীৰ ঘাট ন-ৰূপত উদ্যোক্তাসকলে সজায় তোলা দেখা গ'ল। সু-শৃংখলিত আলোকসজ্জাৰে জিলিকাই তুলিলে ঘাটতো । কাতিমাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত অনুষ্ঠিত হয় এই ষট্ পূজা। কালি পঞ্চমী তিথিত অস্তগামী সুৰ্য্যক অৰ্ঘ দিয়াৰ পাছত পুনৰ আজি পুৱা উদিত সূৰ্য্যক অৰ্ঘ প্ৰদান কৰি ব্ৰত ভ্ঙাৰ পাছতেই সমাপ্তি ঘটে এই পূজাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰপ্ৰদেশত বিগত ২৪ ঘণ্টাৰ পৰা ব আবদ্ধ হৈ আছে এটিয়াও বহুলোক।
উত্তৰপ্ৰদেশত বিগত ২৪ ঘণ্টাৰ পৰা বহু অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত বহু স্থান বানৰ সাক্ষীহৈ ৰৈছে।...
મહિલાઓ તેમજ ફાઈનાન્સ કંપની સાથે છેતરપિંડી કરનારને ઝડપી લેતી બનાસકાંઠા એલસીબી
મહિલાઓ તેમજ ફાઈનાન્સ કંપની સાથે છેતરપિંડી કરનારને ઝડપી લેતી બનાસકાંઠા એલસીબી
બનાસકાંઠા...
ડીસાના ઝેરડામાં મુનિસુવ્રત સ્વામી જૈન મંદિરે 31 મી ધજા મહોત્સવ યોજાયો
ડીસા તાલુકાના ઝેરડા નગરે મુનિસુવ્રત સ્વામી જૈન મંદિરે આજે 31 મી ધજા મહોત્સવ યોજાયો હતો અને દિવસભર...
Maharashtra News: Mumbai में 500 प्रजातियों की चिड़ियों का अनोखा संगम, देखें अद्भुत नजारा | Aaj Tak
Maharashtra News: Mumbai में 500 प्रजातियों की चिड़ियों का अनोखा संगम, देखें अद्भुत नजारा | Aaj Tak