বিগত ১৫ ছেপ্তেম্বৰত ভাৰত তথা অসম চৰকাৰৰ লগত পাঁচটাকৈ আদিবাসী বিদ্রোহী সংগঠনৰ ৮ টাকৈ গোটে যি শান্তি চুক্তি কৰিলে সেই স্বাক্ষৰকাৰী সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ আদিবাসী জাতীয় দল সংগঠনৰ উদ্যোগত আৰু সমূহ চৰাইদেউ জিলা বাসী ৰাইজৰ সহযোগত সাপেখাতী ৰাজহুৱা খেলপথাৰত আজি “ উষ্ম আদৰণি অনুষ্ঠান ” আয়োজন কৰা হৈছে । পুৱা উদযাপন সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পণৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भटके विमुक्त आघाडीची बैठक संपन्न
भारतीय जनता पार्टी भटके विमुक्त आघाडीची प्रदेश कार्यकारिणी बैठक मुंबई येथे भाजपा प्रदेश...
শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, দৰং জিলা শাখাৰ ৫৩ সংখ্যক কটাহী ৰাইজঘাটত অধিবেশনৰ ব্যাপক প্ৰস্তুতি
শ্ৰীমন্তশঙ্কৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্যতম ডেকাগিৰি আঞ্চলিক শাখাৰ আতিথ্যত আগন্তুক ২০২৩ বৰ্ষৰ ৪...
Who is Bollywood actress Raveena Tandon's daughter Rasha Tandon? - Newzdaddy
Newzdaddy Entertainment updates
A rising star's electric stage performance during World...
ಬೆಂಗಳೂರಿನ ಭಾರತೀಯ ವಿದ್ಯಾಭವನದಲ್ಲಿ ಖ್ಯಾತ ಲೇಖಕರಾದ ಕೆ.ಜಿ. ರಾಘವನ್ ಅವರ "ಸುಭಾಷಿತಗಳ ಪುಸ್ತಕ" ಬಿಡುಗಡೆ ಮಾಡಲಾಯಿತು.
December 16, 2023
ಬೆಂಗಳೂರಿನ ಭಾರತೀಯ ವಿದ್ಯಾಭವನದಲ್ಲಿ ಖ್ಯಾತ ಲೇಖಕರಾದ ಕೆ.ಜಿ. ರಾಘವನ್ ಅವರು...