ছোৱালীজনীৰ নাম শ্ৰুতি দত্ত। ডিঙিৰ এক বিশেষ জটিল ৰোগত আক্ৰান্ত। ইতিমধ্যে বহুত ধন ব্যয় হল। এতিয়া পৰিয়ালটোক প্ৰয়োজন আপোনাৰ, মোৰ কিছু সহায়.... 

গুৱাহাটীত বহুত দিন চিকিৎসা কৰি অৱশেষত মেডিচিনৰ response বন্ধ হোৱা বুলি কোৱাত হায়দৰাবাদৰ AIG, তাৰ পাছত এতিয়া বাংগালোৰ Narayana ত ৷ ডিঙিৰ (RARE RT NECK INFECTION WITH RT STYLOID PROCESS FRACTURE) এক জটিল ৰোগত আক্ৰান্ত হৈছে তাই ৷ বহু অভিজ্ঞ চিকিৎসকৰ কাষ চপা হৈছে ৷ ইতিমধ্যে ৩/৪ তা পৰ্যন্ত অপাৰেশ্যনৰ প্ৰয়োজন আহিব পাৰে বুলি ডক্তৰে আগতীয়াকৈ জনাইছে। য'ত সম্পূৰ্ণ সুস্থ হবলৈ প্ৰয়োজন তাইক লক্ষাধিক টকাৰ।

শ্ৰুতিক সকলো মিলি সকাহ দিয়াৰ চেষ্টা কৰোঁ আহক।  

GPAY number: 7002110536 (Anjan Dutta, ককায়েক)

তাইৰ একাউণ্ট নম্বৰঃ 406210110010672

IFSC - BKID0004062

SUSHRUTI DUTTA

Bank of India, Jorhat.