Slug:-- Hema Das at Dergaon PTC Stadium.

 Date- 31/08/22

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হিমা দাস……

আজি দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ খেলপথাৰত হিমা দাসে নৱ-নিযুক্ত UB Constables সকলৰ লগত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰক্ষী প্ৰশিক্ষাৰ্থী সকলক ক্ৰিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুৰোধ জনায় লগতে ক্ৰিয়াৰ গুৰুত্ব বিষয়ে অৱগত কৰে ৷

 অনুষ্ঠানতোত উপস্থিত থাকে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেবাশীষ শৰ্মা,উপাধ্যক্ষ ৰাজশ্ৰী ধনদিয়াৰ লগতে আৰক্ষী প্ৰশিক্ষণ লৈ থকা জোৱান সকল।