অসম ভ্ৰমনৰ বাবে অহা তিনিগৰাকী নেদাৰলেণ্ডৰ পৰ্যটকে আজি দৰঙৰ দিপীলাস্থিত ঐতিহাসিক খটৰা সত্ৰ দৰ্শন কৰে। সত্ৰ দৰ্শনৰ সময়ত পৰ্যটক কেইগৰাকীক সত্ৰৰ অতিথিশালাত আদৰণি জনোৱা হয়। তেওঁলোকক সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত, সম্পাদক গংগাৰাম বৈশ্য,খটৰা সত্ৰ স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মিলন কলিতা আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ চন্দ্ৰ শৰ্মাই একোখনকৈ জাতীয় বস্ত্ৰৰে আদৰণি জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনা নগৰৰ বিভিন্ন ৱাৰ্ডত আজি প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাসৰ গৃহপ্ৰৱেশ কাৰ্য্যসূচীত বিধায়ক নৱ কুমাৰ দলে।
ঢকুৱাখনা নগৰৰ বিভিন্ন ৱাৰ্ডত আজি প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাসৰ গৃহপ্ৰৱেশ...
Loksabha Election 2024: BJP पर Bhagwant Maan का तंज, कहा- कौन जानता है कि अगले साल... | Aaj Tak
Loksabha Election 2024: BJP पर Bhagwant Maan का तंज, कहा- कौन जानता है कि अगले साल... | Aaj Tak
સગીરાને લલચાવી ફોસલાવી ભગાડી જનાર શખ્સ સામે ફરિયાદ નોંધાઈ
સુરેન્દ્રનગર જિલ્લામાં શહેરી વિસ્તાર તેમજ ગ્રામ્ય વિસ્તારોમાંથી સગીરાઓને લલચાવી ફોસલાવી તેમજ...