অসম ভ্ৰমনৰ বাবে অহা তিনিগৰাকী নেদাৰলেণ্ডৰ পৰ্যটকে আজি দৰঙৰ দিপীলাস্থিত ঐতিহাসিক খটৰা সত্ৰ দৰ্শন কৰে। সত্ৰ দৰ্শনৰ সময়ত পৰ্যটক কেইগৰাকীক সত্ৰৰ অতিথিশালাত আদৰণি জনোৱা হয়। তেওঁলোকক সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত, সম্পাদক গংগাৰাম বৈশ্য,খটৰা সত্ৰ স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মিলন কলিতা আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ চন্দ্ৰ শৰ্মাই একোখনকৈ জাতীয় বস্ত্ৰৰে আদৰণি জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अशोक गहलोत के 'सर्कस' वाले बयान से राजस्थान में सियासी घमासान, पूर्व CM को देनी पड़ी सफाई!
राजस्थान के पूर्व मुख्यमंत्री अशोक गहलोत बीते रविवार को जोधपुर में 'सर्कस' वाला बयान देकर फंस गए....
TV9 Headlines @ 1 PM | 08-11-2022 | TV9GujaratiNews
TV9 Headlines @ 1 PM | 08-11-2022 | TV9GujaratiNews
জীৱনত এনেয়ে সুখ নাহে। সুখ আহিবৰ বাবে আমি কিছুক্ষেত্ৰত প্ৰয়াস কৰিব লাগিব।
#সুখী জীৱনৰ বাবে কৰক-এই কাম-*সন্তষ্টিৰে খাদ্য গ্ৰহণ কৰক।প্ৰতিদিনে প্ৰতিসাঁজ আহাৰেই আপোনাৰ মন:পুত...
ENG Vs SL: Bengaluru में होने वाले मैच में इन खिलाड़ियों पर लगाए दांव | ENG Vs SL Dream11 Team Today
ENG Vs SL: Bengaluru में होने वाले मैच में इन खिलाड़ियों पर लगाए दांव | ENG Vs SL Dream11 Team Today
एस्ट्राजेनेका वैक्सीन से जम जाता है खून का थक्का, कंपनी का ब्रिटेन कोर्ट में कबूलनामा; Vaccine से गंभीर साइड इफेक्ट की हुई पुष्टि
नई दिल्ली। वैक्सीन बनाने वाली कंपनी एस्ट्राजेनेका ने पहली बार स्वीकार किया कि...