অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জ্যেষ্ঠ কংগ্ৰেছ নেতা দিলেশ্বৰ তাঁতীৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেখেতৰ মৃত্যুত বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠী সামাজিক ৰাজনৈতিক সমাজখনৰ অপূৰণীয় ক্ষতি ৷ তেখেতৰ দৰে শিক্ষিত সহজ সৰল বিচক্ষণ ৰাজনৈতিক দ্বিতীয় জন সমাজখনৰ পৰা নোলাব ৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আছা ই জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीड नाळवंडी रस्त्यासाठी महिलांनी जिल्हाधिकाऱ्यांना दिला आंदोलनाचा इशारा@india report
बीड नाळवंडी रस्त्यासाठी महिलांनी जिल्हाधिकाऱ्यांना दिला आंदोलनाचा इशारा@india report
PoK पर बड़ा ऐलान कर Amit Shah ने Kashmir में आतंकवाद की पूरी टाइमलाइन बता दी!
PoK पर बड़ा ऐलान कर Amit Shah ने Kashmir में आतंकवाद की पूरी टाइमलाइन बता दी!
Akshay Kumar Video ने Nitin Gadkari की फजीहत करा दी | 6 airbags Ad | Kumkum Binwal Analysis
Akshay Kumar Video ने Nitin Gadkari की फजीहत करा दी | 6 airbags Ad | Kumkum Binwal Analysis
সোণাৰিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন
সোণাৰিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন
শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি, সোণাৰিৰ উদ্যোগত আজি শ্ৰী...
પાલીતાણા હાથીયાધાર વિસ્તારમાં જુગારીઓ ઝડપાયા
પાલીતાણા હાથીયાધાર વિસ્તારમાં જુગારીઓ ઝડપાયા