গহপুৰ মহকুমা প্ৰশাসনে আয়োজন কৰা " সমৃদ্ধি উৎসৱ ২০২২ " ত যোৱা কালি অনুষ্ঠিত হোৱা ব্যক্তিত্বৰ সন্ধান প্ৰতিযোগিতাৰ উচ্চ শাখাত শ্ৰেষ্ঠ বিজয়ী খিতাপ পাবলৈ তথা Best personality of the year 2022 in Gohpur Subdivision ত Winner হ'বলৈ সক্ষম হয় শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ ছাত্ৰী #প্ৰীতিস্মিতা_দাসে । এওঁ কলমৌগুৰিৰ নিবাসী তথা শিক্ষক শ্ৰীযুত #সমীৰ_ৰঞ্জন_দাস আৰু শিক্ষয়িত্ৰী শ্ৰীযুতা #পলি_শইকীয়া ৰ কন্যা । আমাৰ তৰফৰ পৰা প্ৰীতিস্মিতা লৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । "
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ৰঙাগড়া বাগান প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী শীৰ্ষক সমদল
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে গোলাঘাটৰ ৰঙাগড়া বাগান প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী শীৰ্ষক সমদল৷...
AAP PARTY KE KEJRIWAL KA AUTO ROKA JAB GUJ.POLICE NE..AAP KA GURANTEE CARD KE SAATH BHOJAN CARD
AAP PARTY KE KEJRIWAL KA AUTO ROKA JAB GUJ.POLICE NE..AAP KA GURANTEE CARD KE SAATH BHOJAN CARD
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
સાવરકુંડલા ના આંબરડી ગામે સિંહણ નો એક ઇસમ પર હુમલો જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
સાવરકુંડલા ના આંબરડી ગામે સિંહણ નો એક ઇસમ પર હુમલો જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
सरकारी विद्यालय के शिक्षकों को धमकाने वाले तथाकथित पत्रकार के खिलाफ मुक़दमा दर्ज
आगरा: सरकारी विद्यालय में एक पोर्टल के तथाकथित पत्रकार द्वारा शिक्षकों को धमकाने का मामला सामने...