গহপুৰ মহকুমা প্ৰশাসনে আয়োজন কৰা " সমৃদ্ধি উৎসৱ ২০২২ " ত যোৱা কালি অনুষ্ঠিত হোৱা ব্যক্তিত্বৰ সন্ধান প্ৰতিযোগিতাৰ উচ্চ শাখাত শ্ৰেষ্ঠ বিজয়ী খিতাপ পাবলৈ তথা Best personality of the year 2022 in Gohpur Subdivision ত Winner হ'বলৈ সক্ষম হয় শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ ছাত্ৰী #প্ৰীতিস্মিতা_দাসে । এওঁ কলমৌগুৰিৰ নিবাসী তথা শিক্ষক শ্ৰীযুত #সমীৰ_ৰঞ্জন_দাস আৰু শিক্ষয়িত্ৰী শ্ৰীযুতা #পলি_শইকীয়া ৰ কন্যা । আমাৰ তৰফৰ পৰা প্ৰীতিস্মিতা লৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । "
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা তামুলপুৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে সু খবৰ
Apsc Free coaching,Tamulpur
જસદણ પોલીસ દેશી દારૂ 500 લીટર ઝડપી લીધો હતો
જસદણ પોલીસ દેશી દારૂ 500 લીટર ઝડપી લીધો હતો
સિહોર પાસે આવડ કુપા કંપની સરકારે મુળા ના ભાવે જમીન ફાળવી
સિહોરના ખોડિયાર અને નવાગામ વચ્ચે આવેલી જગ્યામાં કોંગ્રેસના નેતા બળદેવ સોલંકી મેદાને પડ્યા છે...
Rajasthan Election Results 2023: छत्तीसगढ़, MP, राजस्थान में सीएम के नाम पर मंथन |MP Election Result
Rajasthan Election Results 2023: छत्तीसगढ़, MP, राजस्थान में सीएम के नाम पर मंथन |MP Election Result