আজি ষঠ পূজা, সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গ'ল ষঠ পূজাৰ আনন্দ উল্লাস। হিন্দু সকলৰ এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ হ'ল ষঠ পূজা। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয়। আজি পবিত্ৰ এই দিনটোত সূৰ্য দেৱতাক পূজা কৰে। মৰাণতো ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আয়োজন কৰা হৈছে ষঠ পূজাৰ কাৰ্যসূচী। ষঠ পূজা উপলক্ষে মৰাণৰ ৰবি ষষ্ঠী সৰোবৰ সমিতিৰ ষঠ পূজা স্থলী আজি হৈ পৰিল লোকে লোকাৰণ্য। এই শ্ৰী ৰবি ষষ্ঠী ষঠ পুজা সৰোবৰ সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে । এই পুখুৰীৰ পাৰতে ৰাইজে বিগত ২৪ বছৰে ষঠ পূজা উদযাপন কৰি আহিছে। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত অধিক জাক জমকতাৰে ৰাইজে এইবাৰ ষঠ পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। মৰাণৰ কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে সম্পূৰ্ণ উপবাসে থাকি পাদ্য-অৰ্ঘ, কলচি লৈ পুখুৰীত নামি সূৰ্য দেৱতাক আৰাধনা কৰা পৰিলক্ষিত হয । ৰাইজৰ সৈতে মৰাণৰ ৰবি ষষ্ঠী সৰোবৰ সমিতিৰ ষঠ পূজা স্থলীত দেখা গ'ল ৰাজহ মন্ত্ৰী যোগেন মহনক। মন্ত্ৰী গৰাকীয়েও ধৰ্মীয় নিতি নিয়ম পালন কৰি পূজা স্থলীলৈ অহা পৰিলক্ষিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कैथून को नगर निगम में शामिल करने का विरोध, बोले- काम के लिए 17 किमी दूर कैसे आएगी जनता?
कैथून नगर पालिका को समाप्त करके नगर निगम कोटा में शामिल करने की चर्चाओं के बीच विरोध शुरू होने...
iPhone 16 First Sale: किसे मिला Delhi-NCR में पहला iPhone ? | Apple Store In Delhi | Aaj Tak
iPhone 16 First Sale: किसे मिला Delhi-NCR में पहला iPhone ? | Apple Store In Delhi | Aaj Tak
Chandrayaan-3 की लैंडिंग के बाद BRICS में PM Modi के पीछे क्यों चलने लगे Xi Jinping |BREAKING NEWS
Chandrayaan-3 की लैंडिंग के बाद BRICS में PM Modi के पीछे क्यों चलने लगे Xi Jinping |BREAKING NEWS
भारत का पहला स्वदेशी विमानवाहक पोत तैयार
भारत का पहला स्वदेशी विमान वाहक पोत INS विक्रांत पूरी तरह से बन कर तैयार हो गया है INS विक्रांत...
181 અભયમ હાલોલ ટીમની પ્રશંસનીય કામગીરી, ધનેશ્વર ગામે મનોરોગી આઘેડ મહિલાની મદદે પહોંચી સુરક્ષિત આશ્રય સ્થાને પહોંચાડી
ઘોઘંબા તાલુકાના ધનેશ્વર ગામે એક આઘેડ વયની મનોરોગી મહિલા અસ્તવ્યસ્ત હાલતમાં જોવા મળતા આ મહિલાની...