সোণাৰি সমষ্টিৰ চফ্ৰাই মণ্ডলৰ অন্তৰ্গত ১০৫ নং বুথত আজি অনুষ্ঠিত হোৱা প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত দহ গৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিধায়কৰ উপস্থিতত দলত যোগদান কৰে। ১০৫ নং বুথত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে চফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন ছেত্ৰী, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চফ্ৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি গগৈ ৰাজকুমাৰী, বুথ সভাপতিৰ লগতে শতাধিক স্থানীয় ৰাইজ আৰু দলীয় কাৰ্যকৰ্তা সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेलवे कॉलोनी थाना क्षेत्र में रेलवे क्वार्टर में युवक की हत्या पुलिस मामले की जांच में जुटी
रेलवे कॉलोनी थाना क्षेत्र में रेलवे क्वार्टर में युवक की हत्या पुलिस मामले की जांच में जुटी
कोटा...
અમદાવાદ ખાતે યોજાયેલી ડિસ્ટ્રીક્ટ શૂટિંગ ચેમ્પિયનશીપમાં દાહોદના શૂટરોનું સુંદર પ્રદર્શન 2022 |
અમદાવાદ ખાતે યોજાયેલી ડિસ્ટ્રીક્ટ શૂટિંગ ચેમ્પિયનશીપમાં દાહોદના શૂટરોનું સુંદર પ્રદર્શન 2022 |
थल सेना का भी अब 'भारतीयकरण' पर फोकस, ब्रिटिश काल की परंपराओं और प्रतीकों को त्यागने की तैयारी
अब थलसेना भी ब्रिटिश-युग की प्रथाओं की समीक्षा करने जा रही है, जिसका अब भी सेना में पालन किया जा...
કડીમાં સામાન્ય બાબતે ઠપકો આપતા યુવક પર કરવામાં આવ્યો જીવલેણ હુમલો
કડી: આજના સમયમાં લોકો સામાન્ય બાબતે એટલા હિંસક બની જતા હોય છે કે એકબીજાને મારવા મરવા પર ઉતરી જતા...
ঢকুৱাখনা ভেটতলী অঞ্চলৰ যন্ত্ৰণা।
ৰাইজৰ টুলুঙা নাওৰে যাতায়ত
স্বাধীনতা ৭৫ বছৰ পিছতো নহল সুচল পথ ,দলং।
দেশে স্বাধীনতা লাভৰ ৭৫বছৰ পিছতো কোনোধৰণৰ উন্নয়নৰ প্ৰভাৱ নপৰিল ঢকুৱাখনা সমষ্টিৰ ভেটতলী অঞ্চলত।...