সোণাৰি সমষ্টিৰ চফ্ৰাই মণ্ডলৰ অন্তৰ্গত ১০৫ নং বুথত আজি অনুষ্ঠিত হোৱা প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত দহ গৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিধায়কৰ উপস্থিতত দলত যোগদান কৰে। ১০৫ নং বুথত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে চফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন ছেত্ৰী, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চফ্ৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি গগৈ ৰাজকুমাৰী, বুথ সভাপতিৰ লগতে শতাধিক স্থানীয় ৰাইজ আৰু দলীয় কাৰ্যকৰ্তা সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चर्चा तर होणारच!!!
नवरीची ही हटके एंट्री
आजकाल लग्न हा केवळ आनंदाचा सोहळा राहिलेला नाही तर त्यातही हटके काहीतरी करण्याचा नवरदेव नवरीचा...
Viksit Bharat Sankalp Yatra: 'महिलाओं को एकजुट रहने की जरुरत', लाभार्थियों से PM मोदी ने की बात |BJP
Viksit Bharat Sankalp Yatra: 'महिलाओं को एकजुट रहने की जरुरत', लाभार्थियों से PM मोदी ने की बात |BJP
ઉપલેટા: બબલા ફેમીલી તરફથી ઇસાલે સવાબ આખરી સફર વાન ડોનેટ કરવામાં આવી.
ઉપલેટા: બબલા ફેમીલી તરફથી ઇસાલે સવાબ આખરી સફર વાન ડોનેટ કરવામાં આવી.
पूर्व मंत्री बोले-सरकार गिराने के लिए 60-करोड़ का ऑफर था:लेकिन ठुकरा दिया, राजस्थान को उत्तरप्रदेश नहीं बनने दूंगा
झुंझुनूं विधानसभा सीट पर उपचुनाव को लेकर भाजपा ने प्रत्याशी की घोषणा कर दी है। इस बीच पूर्व...
ಪರಿಶಿಷ್ಟ ಜಾತಿ ಪರಿಶಿಷ್ಟ ಪಂಗಡದ ಒಳ ಮೀಸಲಾತಿ ತೀರ್ಪಿನ ವಿರುದ್ಧ ಸುಪ್ರೀಂಕೋರ್ಟ್ ನಲ್ಲಿ ಮೇಲ್ಮನವಿ ಸಲ್ಲಿಸುತ್ತೇವೆ ಎಂದು ಮಾರುತಿರಾವ್ ಜಂಬಗಾ ಅವರು ತಿಳಿಸಿದರು.
ಆಗಸ್ಟ್ 13, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಡಾ. ಅಂಬೇಡ್ಕರ್ ಪೀಪಲ್ಸ್ ಪಾರ್ಟಿ - ಕರ್ನಾಟಕ'...