তেজপুৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া৷ মই ক্ষমা নোখোজোঁ৷ তেখেতে কি কৰিব চাই ল'ম৷ কৰিম উদ্দিন বৰভূঞা, আমিনুল ইছলাম আদিক ক্ষমা খুজিব লাগে তেন্তে জীয়াই থকাতকৈ মৰি যোৱাই ভাল৷ মইতো ক্ষমা নোখোজোঁৱেই৷ মোৰ চৈধ গোষ্ঠীয়েও ক্ষমা নোখোজে৷ জেহাদী সমৰ্থকৰ ওচৰত কেতিয়াও ক্ষমা নোখোজোঁ৷ মই পীয়ুষ হাজৰিকা, মোৰ পুত্ৰ আৰু মোৰ চৈধ গোষ্ঠীয়ে কেতিয়াও ক্ষমা নোখোজোঁ৷ মই দৃঢ়ভাৱে বিশ্বাসী৷ চৈধ গোষ্ঠী কি ? তেওঁলোকে নাজানিবও পাৰে৷ কিয়নো তেওঁলোকৰ ভাষা-সংস্কৃতি বেলেগ৷ গতিকে কোনেও ক্ষমা নোখোজে৷ কি কৰে চাই লওঁ৷ যি কৰে কৰক৷ শুভেচ্ছা জনাইছো৷ মই ভয় কৰা মানুহ নহয়৷ কৰিম উদ্মিন বৰভূঞাই কোৱাৰ দৰে অনিয়ন্ত্ৰিত আন্দোলন মানে কি ? সেয়া কিন্তু জেহাদীৰ কাৰ্যকলাপ হ'ব নোৱাৰিব৷ কঠোৰ হাতেৰে দমন কৰিম৷ জেহাদীক কঠোৰভাৱে দমন কৰিবলৈ পৰ্যবেক্ষণ কৰি আছো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चार दिन से आवागमन बंद नाले की पुलिया पर चार तीन फिट से अधिक बह रहा पानी केशोरायपाटन
चार दिन से आवागमन बंद नाले की पुलिया पर चार तीन फिट से अधिक बह रहा पानी
केशोरायपाटन ...
अवलिया महाराज संस्थान काळामाथा येथे पारंपारिक जत्रा
मालेगाव तालुक्यातील प्रसिद्ध तिर्थक्षेत्र असलेल्या अवलिया महाराज संस्थान...
भारतीय न्याय संहिता 2023, भारतीय नागरिक सुरक्षा संहिता, 2023 एवं भारतीय साक्ष्य अधिनियम 2023 को लेकर हुआ कार्यशाला का आयोजन
भारतीय न्याय संहिता 2023, भारतीय नागरिक सुरक्षा संहिता, 2023 एवं भारतीय साक्ष्य अधिनियम 2023 को...
ધાનેરા માં ટેકાના ભાવે રાયડાનું વેચાણ કરતાં ખેડૂતો માટે ઠંડા પાણી, કેન્ટિન અને છાયડાની નથી વ્યવસ્થા..
ધાનેરા માં ટેકાના ભાવે રાયડાનું વેચાણ કરતાં ખેડૂતો માટે ઠંડા પાણી, કેન્ટિન અને છાયડાની નથી...
Pune Bike and Car Accident CCTV Footage
Pune Bike and Car Accident CCTV Footage