এযোৰা নহয় দোযোৰা নহয় একেলগে বিবাহত বহিল 588 যোৰা দৰা কইনা । বুধবাৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হল সামূহিক বিবাহ । জিলা খনৰ বিভিন্ন প্ৰান্তৰ 588 যোৰা দৰা কইনা সামাজিক ভাবে বান্ধ খালে বৈবাহিক বান্ধোনত । লক্ষীমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰা খণ্ডৰ Hans Foundation ৰ সহযোগত অনুষ্ঠিত হল এই সামুহিক বিবাহ । বৈদিক আৰু বিধিপাঠ এই দুয়োটা পদ্ধতিৰেই চলিল বিবাহৰ কাৰ্য্যসূচী। বিবাহ স্থলীত চলিল জাউৰীয়ে জাউৰীয়ে বিয়ানাম। চলিল ভোজ ভাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाढ़ पीड़ितों की मदद के लिए आगे आए जूनियर NTR:आंध्रप्रदेश-तेलंगाना मुख्यमंत्री राहत कोष में दिए 1 करोड़
आंध्र प्रदेश और तेलंगाना में पिछले 3 दिनों से भारी बारिश के कारण कई जिलों में बाढ़ आ गई है। दोनों...
যোৱা 19 তাৰিখে ৰাতি প্ৰায় 11 মান বজাত গুৱাহাটীৰ বিৰুবাৰিত এখন অলট বাহনসহ 220 লিটাৰ চুলাই মদ জব্দ কৰা হয়।
যোৱা 19 তাৰিখে ৰাতি প্ৰায় 11 মান বজাত গুৱাহাটীৰ বিৰুবাৰিত এখন অলট বাহন সহ 220 লিটাৰ চুলাই মদ জব্দ...
बिना दवाई पाना चाहते हैं Back Pain से राहत, तो Essential Oils हो सकते हैं बेहतर ऑप्शन
Back Pain Home Remedies: हमारी लाइफ में काफी बदलाव हो चुका है। अब काम के लिए कहीं जाने की...
દેવભૂમી દ્વારકામાં સીમકાર્ડ લે-વેચ કરવા બાબતે જાહેરનામું પ્રસિધ્ધ કરતા અધિક જિલ્લા મેજીસ્ટ્રેટશ્રી
દેવભૂમી દ્વારકામાં સીમકાર્ડ લે-વેચ કરવા બાબતે જાહેરનામું પ્રસિધ્ધ કરતા અધિક જિલ્લા મેજીસ્ટ્રેટશ્રી