আজি দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তৰ ৪ আৰু ২ নম্বৰ শ্যামপুৰ গাঁৱত "অমৃত সৰোবৰ" ৰ শুভ উদ্বোধন কৰে দলগাওঁ সমষ্টিৰ সন্মানীয় বিধায়ক #মজিবুৰ_ৰহমান ডাঙৰীয়াই ৷ সভাত উপস্থিত থাকে দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, এ. আই.ইউ.ডি.এফ. ৰ যুৱ মৰ্চাৰ সভাপতি মাইনুদ্দিন আহমেদ ডাঙৰীয়া, মাখন সাহা ডাঙৰীয়া, কনিষ্ঠ অভিযন্তা মহিবুল হক, শ্যামপুৰ গাওঁ পঞ্চায়তৰ সভাপতি, কাউঞ্চিলৰ, ওৱাৰ্ড মেম্বাৰ সকল, পঞ্চায়তৰ সচিব, এ.আই.ইউ.ডি.এফ. ৰ সন্মানীয় আঞ্চলিক সভাপতি সম্পাদক প্ৰমুখ্যে স্হানীয় সন্মানীয় জ্যেষ্ঠ ব্যক্তি সকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असम-मणिपुर में भारी बारिश से हालात खराब,50 से ज्यादा मौतें हुई
देशभर में इन दिनों झमाझम बारिश हो रही है। बीते कुछ दिनों से कई राज्यों में भारी बारिश होने से...
দৰং জিলাৰ উত্তৰ বৰমপুৰস্থিত প্ৰয়াত ললিত চন্দ্ৰ আটৈ "ক্ষেত্ৰ" ত অনুষ্ঠিত হয় ৰাজহুৱা সভা
দৰং জিলাৰ উত্তৰ বৰমপুৰস্থিত প্ৰয়াত ললিত চন্দ্ৰ আটৈ "ক্ষেত্ৰ" ত অনুষ্ঠিত হয় ৰাজহুৱা সভা
Earthquake: दिल्ली-NCR में भूकंप के झटके, 3.8 मापी गई तीव्रता
देश की राजधानी दिल्ली और आसपास के क्षेत्रों में नया साल लगते ही भूकंप के झटके महसूस किए...
૬૪ ધ્રાંગધ્રા-હળવદ વિધાનસભાના આમ આદમી પાર્ટીના ઉમેદવારનું નામ જાહેર કરવામાં આવ્યું
૬૪ ધ્રાંગધ્રા-હળવદ વિધાનસભાના આમ આદમી પાર્ટીના ઉમેદવારનું નામ જાહેર કરવામાં આવ્યું