ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা সাপেখাতীৰ ৰহনৰ দিচা গগৈক সাপেখাতী প্ৰেছ ক্লাবৰ সম্বৰ্ধনা। উল্লেখযোগ্য সদ্য সমাপ্ত গুৱাহাটী ত অনুষ্ঠিত অসম যুৱ অলিম্পিকত চৰাইদেউ জিলাই বহুকেইটা খেলত সফলতা লাভ কৰি সমগ্ৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা ৰ সমান্তৰালকৈ জিলা খনৰ সাপেখাতী ৰহনৰ দিচা গগৈয়ে সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনা ৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে আজি সাপেখাতী প্ৰেছ ক্লাবে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। তেখেতৰ অনুপস্থিতিত এই সম্বৰ্ধনা তেওঁৰ মাতৃ য়ে গ্ৰহণ কৰে।।।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आपका खाना पच रहा है या सड़ रहा है? | how to improve digestion naturally at home | Ikigai | Yebook
आपका खाना पच रहा है या सड़ रहा है? | how to improve digestion naturally at home | Ikigai | Yebook
કોંગ્રેસે કરી વચનોની પત્રિકાની વહેંચણી
#buletinindia #gujarat #narmda
সোণাৰিত প্ৰবঞ্চক আটক। অ’ এন জি চিত ঠিকা দিয়াৰ নামত ৭০ লাখ টকা লুট
অ’ এন জি চিত ঠিকা দিয়াৰ নামত ৭০ লাখ টকা লুট
প্ৰৱঞ্চক বিৰাজ কলিতাক গ্ৰেপ্তাৰ চৰাইদেউ...
Shivaji Maharaj Statue: शिवाजी महाराज की प्रतिमा ढहने की नौसेना करेगी जांच, मरम्मत के लिए सिंधुदुर्ग रवाना हुई टीम; ठेकेदार पर FIR
नई दिल्ली। महाराष्ट्र के सिंधुदुर्ग जिले के राजकोट किले में छत्रपति शिवाजी महाराज की 35 फुट...