দৰং জিলা প্ৰশাসন ৰ ব্যৰ্থতা আৰিমাৰিত সংস্থাপন কৰা পৰিয়ালৰ হাহাকাৰ নহল ঘৰৰ ভেটি নাই বাটপথ শৌচালয় ।এতিয়াও ঘৰে ঘৰে পানী । পথৰ ওপৰত আশ্ৰয় ।  খবৰ লওতা নাই কোনো ।