ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা সাপেখাতীৰ ৰহনৰ দিচা গগৈক সাপেখাতী প্ৰেছ ক্লাবৰ সম্বৰ্ধনা। উল্লেখযোগ্য সদ্য সমাপ্ত গুৱাহাটী ত অনুষ্ঠিত অসম যুৱ অলিম্পিকত চৰাইদেউ জিলাই বহুকেইটা খেলত সফলতা লাভ কৰি সমগ্ৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা ৰ সমান্তৰালকৈ জিলা খনৰ সাপেখাতী ৰহনৰ দিচা গগৈয়ে সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনা ৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে আজি সাপেখাতী প্ৰেছ ক্লাবে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। তেখেতৰ অনুপস্থিতিত এই সম্বৰ্ধনা তেওঁৰ মাতৃ য়ে গ্ৰহণ কৰে।।।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वडवाडी येथे सशस्त्र दरोडा
तालुक्यातील बोरखेड जवळ असलेल्या वडवाडी येथे काल मध्यरात्री अज्ञात ८ ते १० दरोडेखोरांनी...
New Nissan Kicks SUV के डिजाइन से हटा पर्दा, जल्द ग्लोबल मार्केट में होगी लॉन्च
लुक्स के आधार पर देखें तो आगामी Kicks का डिजाइन Mitsubishi XForce से मिलता-जुलता प्रतीत होता है।...
નીતિન પટેલ નવરાત્રીના આઠમના દિવસે માદરે વતન પહોંચ્યા
#buletinindia #gujarat #mahesana