জনপ্ৰিয় অভিনেতা নয়ন নীলিম উপস্থিত হ'ল সোণাৰিৰ সাপেখাতি মহাবিদ্যালয়ত। অহা চাৰি নৱেম্বৰত মুক্তি পাবলগীয়া নতুন চিনেমা "বন্ধু"ৰ প্ৰচাৰৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত উপস্থিত হ'ল অভিনেতা গৰাকী। সোণাৰি মহাবিদ্যালয়ৰ লগতে সোণাৰিৰ কেইবাখনো শিক্ষানুষ্ঠান তথা সাপেখাতি মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা কলামোদী সকলক বন্ধু উপভোগ কৰিবলৈ সকলোকে আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  देवेंद्र नगर में धर्मलम्बियों का जिलों एवं राज्यों से उमड़ा जनसैलाब 
 
                      देवेंद्र नगर में धर्मलम्बियों का जिलों एवं राज्यों से उमड़ा जनसैलाब, देखें
 
 ...
                  
   দুমুনিচকী ইণ্ডিয়ান অইল পেট্ৰল পাম্পত মঙ্গলবাৰে সন্ধিয়ালৈ উৰিল ৰাষ্ট্ৰীয় পতাকা 
 
                      দুমুনিচকী ইণ্ডিয়ান অইল পেট্ৰল পাম্পত মঙ্গলবাৰে সন্ধিয়ালৈ উৰিল ৰাষ্ট্ৰীয় পতাকা l ছিপাঝাৰ ৰাজহ...
                  
   ગુજરાત હાઇકોર્ટમાં તમામ સ્કૂલો બાબતે સુનાવણી 
 
                      ગુજરાત સરકાર તમામ સ્કૂલમાં ફરજિયાત ગુજરાતી ભણાવવાનું અમલ કરાવે : HC
તમામ બોર્ડને ગુજરાતી ફરજિયાત...
                  
   Meghalaya Deputy CM distributes Piglets at Tynring 
 
                      Shillong: As part of the Prosperity of Grassroot Families through Livestock Interventions the...
                  
   
  
  
   
  