পশ্চিম যোৰহাটৰ টিলিকীআমত অৱস্থিত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত অৱস্থিত সৌভাগ্য ধাবাত যোৱা 22 জুলাই তাৰিখে মালিক দেৱৰাজ দত্তৰ প্ৰহাৰত গুৰুত্ব ভাবে যখম হৈছিল ধাবাখনত দুটা বছৰ ধৰি কাৰিকৰ হিচাপে কৰ্মৰত প্ৰবিত্র তামূলী নামৰ ব্যক্তিজন। উক্ত দিনা সময়ত ঘৰত উপস্থিত নোহোৱাৰ বাবে পত্নীয়ে স্বামী ঘৰলৈ উভতি নহাত ধাবাখনত উপস্থিত হৈ স্বামী পবিত্ৰ তামূলীক তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। আৰু স্থানীয় চিকিৎসায়লৈ লৈ আনে। আৰু ধাবাখনৰ মালিকে মাৰ পীত কৰা ঘটনা পোহৰলৈ আহে। আৰু পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দিন বাগৰাৰ লগে লগে পবিত্ৰ তামূলীৰ দেহা অধিক শোচনীয় হৈ পৰে আৰু অৱশেষত কালি নিশা পবিত্ৰ তামূলীয়ে মৃত্যু ক আঁকোৱালি লব লগা হয়। স্থানীয় লোকে আৰক্ষীক উচিত তদন্ত কৰি দূষিক উচিত শাস্তি প্ৰদান কৰি এই ধাবা খন বন্ধ কৰিবলৈ দাবী জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SteelBird ने लॉन्च की नई Vintage Series, क्लासिक स्टाइल में मिलेंगे सुरक्षित Helmet, कीमत 959 रुपये से शुरू
Steel Bird Vintage helmets भारत में हर साल बड़ी संख्या में दो पहिया वाहन चालक हेलमेट न लगाने...
રૂા.૪૭.૪૦ કરોડના ખર્ચે નવનિર્મિત સુરત જિલ્લા પંચાયત ભવનનું લોકાર્પણ કરતા મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલ
રૂા.૪૭.૪૦ કરોડના ખર્ચે નવનિર્મિત સુરત જિલ્લા પંચાયત ભવનનું લોકાર્પણ કરતા મુખ્યમંત્રીશ્રી...
માનસિક અસ્વસ્થ હોવાને લઇ વાઘોડિયાથી ચાલતી છોટાઉદેપુર પહોંચી ગઈ મહિલા,પરિવાર સાથે કેવીરીતે થયું મિલન?
માનસિક અસ્વસ્થ હોવાને લઇ વાઘોડિયાથી ચાલતી છોટાઉદેપુર પહોંચી ગઈ મહિલા,પરિવાર સાથે કેવીરીતે થયું મિલન?