চৰাইদেউ জিলাৰ সোনাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম মাইক্ৰফাইনান্স আৰু উদগণিৰেহাই আঁচনিৰ অধীনত হিতাধিকাৰী সকলৰ মাজত আজি অনুষ্ঠিত উদগনিমূলক চেক বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে মাহমৰা সমষ্টিৰ বিধায়ক।তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উপস্থিত থাকি হিতাধিকাৰী সকলক চেক প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ মাইক্ৰফাইনান্স।উদগনি ৰেহাইৰ আঁচনিৰ অধীনত হিতাধিকাৰী সকলক কেনেদৰে উপকৃত হৈছে ,সেই সন্দৰ্ভত বক্তব্য দাঙি ধৰে। উক্ত অনুষ্ঠানতেমন্ত্ৰী যোগেন মহনৰ সৈতে উপস্থিত থাকে সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।উক্ত অনুষ্ঠানতে মাহমৰা সমষ্টিৰ অন্তৰ্গত কেইবা গৰাকী হিতাধিকাৰীক মাইক্ৰফাইনান্স উদগণি আঁচনিৰ অধীনত চেক প্ৰদান কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिलांचा सन्मान करणे प्रत्येकाचे कर्तव्य
राष्ट्रसंत गोविंद देवगिरी
हिंदू संस्कृतीत हिंदुस्थानात रामायण महाभारत आदी काळापासूनच महिलांचा सन्मान करण्याची शिकवण...
સત્તા પે સતાસીયા:- સતાસીયાને સમર્થન:-ખાંભા તાલુકાના ગામડાઓમાં "આપ" છવાયુ.. કોંગી ઉમેદવાર ના હોમટાઉન માં સાવરણો ફરી વળશે
ધારી-ખાંભા-બગસરા ૯૪ વિધાનસભા વિસ્તારમાં આમ આદમી પાર્ટી એ ચુંટણી પ્રચાર ને વેગવંતો કરેલ છે. આમ...
कांग्रेस की तारीफ, केजरीवाल की खिंचाई... अमित शाह बोले- बंगले का भ्रष्टाचार छिपाना चाहती है AAP
नई दिल्ली, राष्ट्रीय राजधानी क्षेत्र दिल्ली सरकार (संशोधन) विधेयक, 2023 पर आज लोकसभा में...
બિહારના બેરોજગાર ભેજાબાજે સુરતની HDFC બેન્કમાંથી ઉઠાવી લીધા લાખો રૂપિયા
બિહારના બેરોજગાર ભેજાબાજે સુરતની HDFC બેન્કમાંથી ઉઠાવી લીધા લાખો રૂપિયા