আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বুলেটিন বন্ধ হোৱাৰ সন্দৰ্ভত সোণাৰিত অসম নাট্য সন্মিলনৰ দূখ প্ৰকাশ।
সমগ্ৰ উজনী অসমৰ অসমবাসীৰ হৃদয়ৰ মণিকোঠাত অৱস্থিত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ ভাৰতীয় নতুন দিল্লীৰ কাৰ্যালয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা বন্ধ কৰাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাক সোণাৰিৰ অসম নাট্য সন্মিলনৰ সোণাৰি শাখাৰ সভাপতি দিপক কুমাৰ কলিতাই মৰ্মাহত হৈ দূখ প্ৰকাশ কৰি প্ৰতিবাদী কন্ঠৰে কলে শুনক।