ছিপাঝাৰৰ বালিপাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

বালিপাৰাৰ মাজেৰে যোৱা পথৰ এটি কালভাৰ্টৰ তলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো।

পুৱা ন বজামানত পানীত উপঙি উঠা প্ৰত্যক্ষ কৰে মৃতদেহটো।

প্ৰায় ৩৫-৪০ বছৰীয়া লোকৰ বুলি অনুমান কৰা মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই।

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক।