অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী দেৱে শেষ নিশ্বাস ত্যাগ কৰে। অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱৰ দেহাৱসানৰ বাতৰিয়ে সমগ্ৰ অসমবাসীক মৰ্মাহত কৰিছে।

গোলাঘাট জিলাৰ মৰঙি আঞ্চলিকৰ সমূহ কৰ্মকৰ্তা ই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলন কৰে। গোস্বামী দেৱ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন      কৰে  ।