যান-বাহন আইন উলংঘা কৰি জৰিমনাৰ সন্মুখীন হ'ল এগৰাকী শীৰ্ষ বিষয়া।
অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ গাড়ীক জৰিমনা বিহিলে আৰক্ষীয়ে।
খ্ৰীষ্টান বস্তীত ন' পাৰ্কিঙত গাড়ী ৰখাইছিল শীৰ্ষ বিষয়াগৰাকীয়ে।
যান-বাহন আৰক্ষীয়ে ২০০০ টকাৰ জৰিমনা বিহিলে মিশ্ৰৰ গাড়ীক।
ছ'চিয়েল মিডিয়াত আইন সম্পৰ্কীয় সজাগতাৰ কথা প্ৰায়েই পোষ্ট কৰিছিল মিশ্ৰই নিজেই নিয়ম ভংগ কৰাৰ বিষয়টোৱে বিশেষ চৰ্চিত হৈছে।