দুই কণ্যা-পুত্ৰৰ হাতত মৃত পিতৃৰ ফটো । আজিও পিতৃৰ কথা মনত পৰে কণ্যা-পুত্ৰৰ । এই কথাও জানে পিতৃ কেতিয়াও উভতি নাহে । কিন্তু আজিও সন্তানৰ চকুত-চকুলু । এই দৃশ্য দেখি চকুপানী ওলাই পৰিব আপোনাৰো । কিন্তু কোনে বুজি পাব পুত্ৰ-কণ্যাৰ বেদনা । আচলতে এই বেদনা বুজি পাব পিতৃ-মাতৃহাৰা সকলহে । কিমান কষ্টকৰ হৈ এই জীৱন । আপুনিও যদি সৰুতে পিতৃ-মাতৃক হেৰুৱাইছিল তেন্তে আপুনিও ভালকৈ জানে পিতৃ-মাতৃ হেৰুৱাৰ বেদনা । হয় ভালকৈ মন কৰক হাতত ফটো লৈ থিয় হোৱা দুটি কণমাণিলৈ । কিদৰে পিতৃৰ ফটো হাতত লৈ বেজাৰ মনে থিয় হৈ দুই-পুত্ৰ কণ্যাই । কিন্তু এতিয়া নাই এই দুয়োৰে পিতৃ । এতিয়া পিতৃহাৰা এই দুটি কণমাণি । আনএগৰাকী ভগ্নী আছে, যদিও আমি দেখুৱাম পৰা নাই তাইৰ ফটো । সম্প্ৰতি কোনো দিশ-বিদিশ পোৱা নাই তিনি পুত্ৰ কণ্যাই । দিশ-বিদিশ নোপোৱা এই তিনিওগৰাকী হৈছে বিজয় নমসূত্ৰৰ পুত্ৰ-কণ্যা । পিতৃৰ মৃত্যুৰ পিছতে দিশাহাৰ হৈ পৰিছে এই তিনিগৰাকী পুত্ৰ-কণ্যাই । সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল ডবকাৰ আমবাৰীৰ এই পৰিয়ালটিৰ দূৰ্শাৰ বাতৰি । এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিজয় নমসূদ্ৰৰ পৰিয়ালক সহায় কৰিবলৈ আগুৱাই আহিল সমাজ সেৱক শ্বাহাব উদ্দিন মজুমদাৰ । শ্বাহাব উদ্দিন মজুমদাৰে দূৰ্ভগীয়া পৰিয়ালটিক আগবঢ়াই এককালিন ১০ হাজাৰ টকাৰ সাহাৰ্য্য । শ্বাহাব উদ্দিন মজুমদাৰে দুৰ্ভগীয়া পৰিয়াটিক সহায় কৰাত আনন্দিত হৈ দুভৰ্গীয়া পৰিয়ালটিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खुदाई और प्रशासन की जांच पड़ताल के बीच Samajwadi Party का प्रतिनिधिमंडल Sambhal पहुंचा
खुदाई और प्रशासन की जांच पड़ताल के बीच Samajwadi Party का प्रतिनिधिमंडल Sambhal पहुंचा
সেনাৰ সাহাৰ্য বিতৰণ
সোণাৰিত বান ক্ষতিগ্ৰস্ত সকলৰ মাজত সেনাৰ খাদ্য আৰু ঔষধ বিতৰণ। সোণাৰি নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল...
AMCનો મહત્વપૂર્ણ નિર્ણય, કોર્પોરેશનની તમામ બિલ્ડીંગોમાં સિક્યોરિટી ગાર્ડની હાજરી પણ બાયોમેટ્રીકથી પુરાશે
અમદાવાદ મ્યુનિસિપલ કમિશનર થેન્નારસની જ્યારથી કમિશનર પદે નિમણૂક થઈ છે ત્યારથી લઈને...
ચોમાસુ ફરી સક્રિય આજથી વરસાદનું જોર વધછે.
ચોમાસુ ફરી સક્રિય:આજથી વરસાદનું જોર વધશે
આજે વડોદરા, છોટાઉદેપુર, નર્મદા જિલ્લામાં, કાલે...