হাবি সাদৃশ জংঘলে আৱৰি ধৰিছে পাগলাদিয়া নৈৰ পূৱদিশৰ মঠাউৰি৷বৰ্তমান উক্ত মঠাউৰিৰে জংঘলৰ বাবে কোনো লোকে আহযাহ কৰাৰ পৰিবেশে নাই৷যানবাহনটো বেলেগ কথা খোজকাঢ়ি যাৱ লাগিলেও বুুকু কপি যাব সাধাৰণ মানুহৰ৷জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সকলে কি কৰি থাকে তাকে চিন্তা কৰিব লগা কথা৷বাৰিষা নৈৰ পানী বৃদ্ধি হলে বিষয়া কৰ্মচাৰী সকলক লৰাধপৰাৰ কৰা দেখা যায়৷আকৌ পানী শুকালে অন্তৰ্ধান হয় বিষয়া কৰ্মচাৰী৷পাগলাদিয়া নৈৰ দামালঘাটৰ পৰা কমাৰকুছিলৈ এইবেলিৰ বাৰিষাই কেইবাঠাইতো খহনীয়াৰ সৃষ্টি কৰাৰ উপৰিও মঠাউৰিৰে পানী নিগৰি বৰভাগ অঞ্চললৈ বিভিষিকা নমাই আনিছিল৷অদৃশ্যৰ আশীৰ্বাদ আৰু ৰাইজ তথা জলসম্পদৰ কৰ্মচাৰীৰ তৎপৰাত এইবেলিৰ নৈখনৰ তাণ্ডৱৰ পৰা বৃহত্তৰ বৰভাগৰ ৰাইজ ৰক্ষা পৰিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমানো মঠাউৰিটোৰ হাবি সাদৃশ জংঘল সমুহ চাফ কৰা নাই৷যাৰফলত পুনৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হলে উক্ত জংঘলৰ মাজত পানী নিগৰিলে দেখা পোৱা নাযাব৷যাৰ খলত বৰভগীয়া ৰাইজৰ বিপদত পৰিব পাৰে৷সেয়েহে উক্ত মঠাউৰি খিনি চাফ কৰি ৰখাটো অতি জৰুৰী৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोटरी क्लब कोटा के सदस्यों ने आयरन मैन इटली 2024 में रचा इतिहास
रोटरी क्लब कोटा के सदस्य एमएस चौहान और मीना कंवर ने प्रतिष्ठित आयरन मैन इटली 2024 प्रतियोगिता को...
Assembly election 2023 में BJP की जीत और Congress की हार पर बड़ी बात कह गए Asaduddin Owaisi
Assembly election 2023 में BJP की जीत और Congress की हार पर बड़ी बात कह गए Asaduddin Owaisi
Lok Adalat: ट्रैफिक पुलिस ने भेजा है चालान, तो 11 मई को लोक अदालत में मिलेगा माफ करवाने का मौका, जानें पूरी डिटेल
देश के कई शहरों में अक्सर ट्रैफिक नियमों की अनदेखी पर चालान कट जाता है। कई बार तो चालान कटने...
ધ્રાંગધ્રા રોકડીયા સર્કલ નજીક એસટી બસના સાઈડ કાચ ને ડમ્પર ચાલકે ઉડાડી બેફામ નીકળી ગયો
ધ્રાંગધ્રા રોકડીયા સર્કલ નજીક એસટી બસના સાઈડ કાચ ને ડમ્પર ચાલકે ઉડાડી બેફામ નીકળી ગયો