নিতাইপানী দিহিং মন্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ আজি ৰজা বাৰী ৭ নং ৱাৰ্ডৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে সোনাৰি সমষ্টিৰ বিধায়ক তথা প্ৰণালী ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, ৰাজ্য সভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অসম খন পৰিষদৰ নাৰায়ণ লাহন, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁই, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী ববী কাকতি বেকাৰ ৰ লগতে শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৈৰৱ দেউৰী বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব বুলি প্ৰণালী তথা সোনাৰী সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে এই ৭ নং ৰজাবাৰী বুঠত কংগ্ৰেছ দলৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী দিবলৈ সক্ষম নহ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
121 ઈન્ટર્ન ડોકટર ધરણા પર બેઠા |
121 ઈન્ટર્ન ડોકટર ધરણા પર બેઠા |
Galaxy Unpacked July 2024: Galaxy AI Is Here
The next frontier of Galaxy AI is coming. Prepare to discover the power of Galaxy AI, now infused...
অসম জাতীয়তাবাদী মহিলা পৰিষদৰ চিচিবৰগাওঁ আঞ্চলিকৰ পুৰ্ণাংগ সমিতি গঠন
অসম জাতীয়তাবাদী মহিলা পৰিষদৰচিচিবৰগাওঁ আঞ্চলিকৰ পুৰ্ণাংগ সমিতি গঠন
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ...
सुल्तानपुर मे स्कुलो की बालवाहिनियो की सघन जांच, 13 बालवाहिनियो के चालको को किया पाबंद ,कमी पाए जाने पर वसूला 13 हजार 600 रुपए जुर्माना
सुल्तानपुर.नगर में सडक सुरक्षा सप्ताह के तहत गुरुवार को पुलिस द्वारा बड़ी कार्यवाही की गई । जहां...