নিতাইপানী দিহিং মন্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ আজি ৰজা বাৰী ৭ নং ৱাৰ্ডৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে সোনাৰি সমষ্টিৰ বিধায়ক তথা প্ৰণালী ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, ৰাজ্য সভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অসম খন পৰিষদৰ নাৰায়ণ লাহন, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁই, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী ববী কাকতি বেকাৰ ৰ লগতে শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৈৰৱ দেউৰী বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব বুলি প্ৰণালী তথা সোনাৰী সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে এই ৭ নং ৰজাবাৰী বুঠত কংগ্ৰেছ দলৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী দিবলৈ সক্ষম নহ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एक साथ तीन दुकानों में सेंघ:गारमेंट की दुकान से पेंट शर्ट, टी शर्ट,किराना की शॉप से घी तेल सिगरेट,व ईमित्र हेड फोन चार्जर व कूलर चोरी
शहर में चोरी की घटनाएं कम नहीं हो रही। ताजा मामला रानपुर थाना क्षेत्र में सामने आया है। शातिर...
World's First AI Dress: गूगल की सॉफ्टवेयर इंजीनियर ने बनाया एक अनोखा एआई ड्रेस, 3D प्रिंट वाला सांप सिर हिलाता आएगा नजर
गूगल की सॉफ्टवेयर इंजीनियर क्रिस्टीना (Christina Ernst) ने अपने इंस्टाग्राम हैंडल पर एक वीडियो...
Supreme Court ने PIB की फैक्ट चेक यूनिट पर लगाई रोक | Press Information Bureau | Aaj Tak News
Supreme Court ने PIB की फैक्ट चेक यूनिट पर लगाई रोक | Press Information Bureau | Aaj Tak News
CAA को लेकर Mamata Banerjee पर बरसीं Smriti Irani, कहा- चुनाव आने पर चंडी पाठ भी करेंगी ममता
CAA को लेकर Mamata Banerjee पर बरसीं Smriti Irani, कहा- चुनाव आने पर चंडी पाठ भी करेंगी ममता