সোণাৰিতো উলহ মালহেৰে পালন ভাই ফুটা। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

ভাতৃদ্বিতীয়া বা ভাইফোঁটা কেৱল ধর্মীয় উৎসবে নহয় ই সামাজিক উৎসৱ। বাংলা বছৰৰ কার্তিক মাহৰ দ্বিতীয় তিথি শুক্লপক্ষত পালন হয় । ভাতৃৰ মঙ্গল কামনাৰে ভগ্নীয়ে ভাতৃৰ কপালত ফুট দিয়ে,সেই বাবে ভাই টিকা ,ভাইফোঁটা বা ভাতৃ দ্বিতীয়া কোৱা হয়। বিশেষকৈ নেপালী আৰু বাঙালী লোকসকলৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ এই উৎসৱটি দীপাৱলীৰ পাছদিনা অনুষ্ঠিত হয় । বিভিন্ন প্ৰান্তৰ লগতে কালিৰে পৰা সোণাৰিতো পালন কৰা ভাতৃ-ভগ্নীৰ এই পবিত্ৰ উৎসৱ ভাই ফুটা ।