ছিপাঝাৰত গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ছিপাঝাৰ ক্ৰীড়া সন্থাক অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ জড়িয়তে আজি কিছু খেলৰ সামগ্ৰী প্ৰদান কৰা হয়। ফুটবল, ভলীবল,কেৰম ব'ৰ্ড,ভলী খেলৰ নেট, ফুটবল নেট প্ৰদান কৰে প্ৰাক্তন বিধায়ক তথা ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই। ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত ক্ৰীড়া সন্থাৰ সম্পাদক জামিনী বৰুৱা, কিছুসংখ্যক সদস্য আৰু খেলুৱৈৰ হাতত অৰ্পণ কৰে এই সামগ্ৰীসমূহ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঐতিহাসিক আঠখেলীয়া নামঘৰত মন্ত্ৰী অতুল বৰা
আজি জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি । ঐতিহাসিক আঠখেলীয়া নামঘৰত ভক্তৰ ভিৰ । কৃষি মন্ত্ৰী...
श्रीलंका में चीन के जासूसी जहाज की एंट्री भारत के लिए खतरे की घंटी
श्रीलंका में चीन के जासूसी जहाज की एंट्री भारत के लिए खतरे की घंटी है. भारत के लाख मना करने के...
તળાવ ભરાતા ધારાસભ્યએ પાણીના વધામણાં કર્યા...
ભારે વરસાદથી 15 ગામના તળાવ ઓવરફ્લો: ડીસાનું સૌથી મોટું 70 એકરમાં ફેલાયેલ તળાવ ભરાતા ધારાસભ્યએ...
Guyana: वो मुल्क जिसे नया 'Dubai' कहा जा रहा है (BBC Hindi)
Guyana: वो मुल्क जिसे नया 'Dubai' कहा जा रहा है (BBC Hindi)