অসমৰ বোলছবি তথা মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী৷তেওঁৰ মৃত্যুৰ বাতৰিৰ পিচতে শোকত ভাঙি পৰিছে আত্মীয় স্বজনৰ লগতে শিল্পী সমাজ৷সচাকৈয়ে ৰাজ্যই এজন মহিৰূহ হেৰুৱালে৷বৰ্ষিয়ান শিল্পী গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে গভীৰ শোক প্ৰকাস কৰিছে৷তেওঁৰ মৃত্যুত নলবাৰী জিলা বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷এটি শোকবাৰ্তাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মা আৰু সম্পাদক ৰূপকুমাৰ শৰ্মাই কয় যে অসমে আৰু এজন শিল্পীক হেৰুৱালে৷তেওঁৰ মৃত্যুত আমি মৰ্মাহত৷তেওঁৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nuh की Muslim कॉलोनी में रहने वालों लोगों ने बताई आंखों देखी| Hindi News
Nuh की Muslim कॉलोनी में रहने वालों लोगों ने बताई आंखों देखी| Hindi News
स्वस्थ आँखों के लिए 10 सर्वश्रेष्ठ भोजन | 10 best food for healthy eyes | Dr Bimal Chhajer | SAAOL
स्वस्थ आँखों के लिए 10 सर्वश्रेष्ठ भोजन | 10 best food for healthy eyes | Dr Bimal Chhajer | SAAOL
Rachin Ravindra: न्यूजीलैंड के रचिन रवींद्र का राहुल द्रविड़, सचिन तेंदुलकर और भारत से है कनेक्शन?
Rachin Ravindra: न्यूजीलैंड के रचिन रवींद्र का राहुल द्रविड़, सचिन तेंदुलकर और भारत से है कनेक्शन?
દિયોદર વિધાનસભા કોંગ્રેસ દ્વારા પરિવર્તન સંકલ્પ યાત્રા
દિયોદર વિધાનસભા કોંગ્રેસ દ્વારા પરિવર્તન સંકલ્પ યાત્રા..
Mumbai-Pune Expressway Rain: देशभर में जारी बारिश का कहर, पानी में डूबा पुणे-मुंबई एक्सप्रेस वे
Mumbai-Pune Expressway Rain: देशभर में जारी बारिश का कहर, पानी में डूबा पुणे-मुंबई एक्सप्रेस वे