কেমেৰা দেখিলেই ভয় খাই বিধায়ক ভুৱন গামেমাজুলীৰ সকলো দল-সংগঠনৰ সৈতে মিলিত হৈ মাজুলীৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন দিশক লৈ আলোচনাত মিলিত হৈছিল বিধায়ক ভুৱন গাম ৷

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

মাজুলীৰ স্বাস্থ্য খণ্ডৰ এই আলোচনা কালত সাংবাদিকক মেডিয়া নকৰিবলৈ আহ্বান বিধায়ক ভুৱন গামৰ এতিয় প্ৰশ্ন হয় কেমেৰাৰ সন্মুখত আলোচনা কৰিব নোখোজে কিয় ভুৱন গামে ৷

মাজুলীৰ সৰ্বত্ৰে চৰ্চা চলাৰ দৰেই ভুৱন গামে ভয় কৰে নিকি কেমেৰাক ?