বোকাখাত মহকুমা তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৯ নং গেলাবিল সমষ্টিৰ অন্তৰ্গত ১ নং অফলা প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ কামৰ আজি ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে ২৯ নং গেলাবিল পৰিষদিয় সমষ্টিৰ সাধাৰণ সদস্যা চমুকৈ জি এম লিভা পেগুৱে৷ বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ভৱকান্ত বৰিয়ে বন্তি প্ৰজ্বলন কৰা কামৰ শুভাৰম্ভ অনুষ্ঠানৰ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে মিচিং ছাত্ৰ সংগঠনৰ নেতা কিশোৰ কামানে৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ ৬ (ছয়) লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা উক্ত আঁচনিৰ কামৰ শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱকান্ত বৰি, বিদ্যালয় প্ৰধান সুন্দৰ মৰাং, স্থানীয় পৱন কামান আদিত্য মিছং আদিয়ে বক্তব্য প্ৰদান কৰে। ইপিনে বিদ্যালয়খনৰ চাৰি সীমাৰ পকী দেৱালৰ বাকী ৰৈ যোৱা অংশও পৰৱৰ্ত্তী সময়ত আঁচনি গ্ৰহণ কৰি সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে জি এম লিভা পেগুৱে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
UP By Elections: नारों की जंग, यूपी की सियासत में किसका बोलबाला? | Samajwadi Party | BJP
UP By Elections: नारों की जंग, यूपी की सियासत में किसका बोलबाला? | Samajwadi Party | BJP
વલભીપુર તાલુકાના મેવાસા ગામે આયુર્વેદિક વિનામૂલ્યે સર્વરોગ નિદાન કેમ્પ યોજાયો હતો
વલભીપુર તાલુકાના મેવાસા ગામે આયુર્વેદિક વિનામૂલ્યે સર્વરોગ નિદાન કેમ્પ યોજાયો હતો
BREAKING NEWS: Raaj Kumar Anand BSP में शामिल, New Delhi सीट से लड़ेंगे लोकसभा चुनाव | Aaj Tak News
BREAKING NEWS: Raaj Kumar Anand BSP में शामिल, New Delhi सीट से लड़ेंगे लोकसभा चुनाव | Aaj Tak News
चिकित्सालय में बढ़ेगी सुविधाऐ, विधायक की मोजुदगी में हुई बैठक
राजस्थान मेडिकेयर रिलीफ सोसायटी की बैठक शुक्रवार को जिला अस्पताल में पीएमओ के चेम्बर में जिला...
Kolhapur : राधानगरी - फेजीवडे रस्ता दुरुस्तीसाठी मनसेचा रास्ता रोको...BPN news network
Kolhapur : राधानगरी - फेजीवडे रस्ता दुरुस्तीसाठी मनसेचा रास्ता रोको...BPN news network