বাক্সা জিলাৰ মুছলপুৰস্থিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত আজি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কে এখন সজাগতা সভা অনুস্থিত হয়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি জিলাখনৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এই সজাগতা সভাত তামুলপুৰ জিলাৰ উদ্যোগ অধীক্ষক দূৰ্গা কিঙ্কৰ ভট্টাচাৰ্যই স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰী সকলক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়। দুখীয়া লোককো দুই এখন ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ এই সজাগতা সভাত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যকৰী পৰিচালক মৃণাল দাসকে ধৰি কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে পিএমইজিপি, পিএমএফএমই আদি বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত থাকে। আজিৰ এই সজাগতা সভাতে উপস্থিত হিতাধিকাৰী সকলৰ মাজত একোখনকৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয়। সভাৰ অন্তত স্বাস্থ্য বিভাগে বাক্সা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সমূহ বিষয়া-কৰ্মচাৰীক ক'ভিড-১৯ৰ তৃতীয়টো টিকাকৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ರಾಜ್ಯದ ಹಳ್ಳಿ - ಹಳ್ಳಿಗಳಲ್ಲಿ 'ದಾಸ ಸಾಹಿತ್ಯ' ಪಸರಿಸುವ ಕೆಲಸವನ್ನು ಗಾಯಕ ಶ್ರೀಧರ ಉಡುಪ ಅವರು ಮಾಡುತ್ತಿದ್ದಾರೆ.
ಬೆಂಗಳೂರು, ಮಾರ್ಚ್ 2, 2025
ಬೆಂಗಳೂರಿನ ರವೀಂದ್ರ ಕಲಾಕ್ಷೇತ್ರದಲ್ಲಿ 'ಅನ್ವೇಷಣೆ ಸಾಂಸ್ಕೃತಿಕ ಅಕಾಡೆಮಿ' ವತಿಯಿಂದ...
বৰহাট চাহ বাগিচাত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন
বৰহাট চাহ বাগিচাত বিনামূলীয়া স্বাহ্য শিবিৰ সম্পন্ন
চৰাইদেউ জিলা স্বাহ্য সমিতিৰ উদ্যোগত সাপেখাতী...
ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ
তেজপুৰৰ দ'বেছেৰীয়া কলিতা গাঁৱত এগৰাকী ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্ম্ৰ কৰি উত্তপ্ত...
Universe के वो रहस्य जिनका जवाब आज भी तलाश रहे हैं वैज्ञानिक? (BBC Hindi)
Universe के वो रहस्य जिनका जवाब आज भी तलाश रहे हैं वैज्ञानिक? (BBC Hindi)
PM Modi lays foundation stone & dedicates development works at Modhera, Gujarat
Mehsana : PM Modi lays foundation stone & dedicates development works at Modhera, Gujarat