ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সোণাৰিৰ ভৱানীপুৰ শ্মশান কালী পূজা উদযাপন সমিতিৰ পূজাস্থলীত উপস্থিত হৈ সমাজৰ পৰা সকলো অশুভ শক্তিৰ নাশ কৰি সুন্দৰ এখন সমাজ গঢ়াৰ কামনাৰে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। আজি এই পূজাখনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উদযাপন সমিতিৰ সকলো সন্মানীয় প্ৰাক্তন সভাপতি সকলৰ লগতে বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা সোণাৰিৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সাংসদগৰাকীৰ সৈতে সোণাৰি নগৰৰ উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, বিশিষ্ট সমাজকৰ্মী কাজল দে আৰু বিশিষ্ট সমাজকৰ্মী দিলীপ কোঁৱৰ উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kanpur Train Accident News Updates: कानपुर में ट्रेन उड़ाने की साजिश में ISIS से जुड़े तार! | AajTak
Kanpur Train Accident News Updates: कानपुर में ट्रेन उड़ाने की साजिश में ISIS से जुड़े तार! | AajTak
Taigun और Virtus के सभी वेरिएंट में मिलेंगे 6 एयरबैग, Volkswagen India ने कर ली तैयारी
भारत 2.0 उत्पाद पोर्टफोलियो की शुरुआत के बाद से कंपनी ने कहा कि वह लगातार अपने उत्पाद पेशकशों को...
જિલ્લા ગ્રાહક અદાલતે અપાવ્યો ન્યાય:ડીસાની આદર્શ બેંક ને ૨ લાખ ૧૦ હજાર ૮૩૧ રુપિયા ૯ ટકા વ્યાજ સાથે ચૂકવી આપવા હૂકમ કર્યો
જિલ્લા ગ્રાહક અદાલતે અપાવ્યો ન્યાય: ડીસાની આદર્શ બેંકને 2 લાખ 10 હજાર 831 રુપિયા 9 ટકા વ્યાજ સાથે...