ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সোণাৰিৰ ভৱানীপুৰ শ্মশান কালী পূজা উদযাপন সমিতিৰ পূজাস্থলীত উপস্থিত হৈ সমাজৰ পৰা সকলো অশুভ শক্তিৰ নাশ কৰি সুন্দৰ এখন সমাজ গঢ়াৰ কামনাৰে মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। আজি এই পূজাখনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উদযাপন সমিতিৰ সকলো সন্মানীয় প্ৰাক্তন সভাপতি সকলৰ লগতে বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা সোণাৰিৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সাংসদগৰাকীৰ সৈতে সোণাৰি নগৰৰ উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, বিশিষ্ট সমাজকৰ্মী কাজল দে আৰু বিশিষ্ট সমাজকৰ্মী দিলীপ কোঁৱৰ উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जीआरपी आगरा कैन्ट ने यात्रियों की चोरी करने वाले गैंग को गिरफ्तार किया
जीआरपी आगरा कैन्ट ने यात्रियों की चोरी करने वाले गैंग को गिरफ्तार किया
মৰাণ থানাৰ সংঘটিত ঘটনাক লৈ মৰাণত থানা প্ৰাক্তন অচি বিজয় দৈমাৰী আৰু এছ আই ভৱেন দত্তক নিলম্বন
মৰাণ থানাৰ সংঘটিত ঘটনিক লৈ মৰাণত থানা প্ৰাক্তন অচি বিজয় দৈমাৰী আৰু এছ আই ভৱেন দত্তক নিলম্ব
2024 Husqvarna Svartpilen 250 की जल्द होगी भारत में एंट्री, डिजाइन और फीचर्स से क्या हैं उम्मीदें?
2024 Husqvarna Svartpilen 250 आगामी कुछ महीनों में भारतीय बाजार में पेश की जा सकती है। स्वीडिश की...
Rajasthan Election Results 2023: राजस्थान में 5 साल बाद BJP की दमदार वापसी, जानें कौन होगा अगला CM?
Rajasthan Election Results 2023: राजस्थान में 5 साल बाद BJP की दमदार वापसी, जानें कौन होगा अगला CM?