প্ৰকৃতিপ্ৰেমী অনুপ মহনে সোণাৰু গছৰ পুলি কিয় ৰুইছে চৰাইদেউ জিলাত ? জিলাখনত ইতিমধ্যে সোণাৰু, কৃষ্ণচূড়া, কাঞ্চনকে ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালনৰো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে। বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত একক প্ৰচেষ্টাৰে প্ৰকৃতিপ্ৰেমী গৰাকীয়েই হয়তো অসমৰ প্ৰথমজন ব্যক্তি যিয়েই নেকি গছৰ বৰ্ষপুৰ্তি পালন কৰে। ২০১৯ চনৰপৰা গছপুলি ৰোপণৰ প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ মহনক ইতিমধ্যে বিভিন্ন দল-সংগঠনে সম্বৰ্ধনাও জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्रीलंकाई राष्ट्रपति बोले-भारत और चीन के बीच सैंडविच नहीं बनना:कहा- दोनों देशों से हमारी दोस्ती
श्रीलंका के नए राष्ट्रपति अनुरा कुमारा दिसानायके ने कहा है कि वे भारत और चीन के बीच सैंडविच बनकर...
Lok Sabha Election 2024: UP में सीटों के बंटवारे को लेकर BJP की बैठक, बड़े नेताओं का कटेगा टिकट?
Lok Sabha Election 2024: UP में सीटों के बंटवारे को लेकर BJP की बैठक, बड़े नेताओं का कटेगा टिकट?