প্ৰকৃতিপ্ৰেমী অনুপ মহনে সোণাৰু গছৰ পুলি কিয় ৰুইছে চৰাইদেউ জিলাত ? জিলাখনত ইতিমধ্যে সোণাৰু, কৃষ্ণচূড়া, কাঞ্চনকে ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালনৰো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে। বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত একক প্ৰচেষ্টাৰে প্ৰকৃতিপ্ৰেমী গৰাকীয়েই হয়তো অসমৰ প্ৰথমজন ব্যক্তি যিয়েই নেকি গছৰ বৰ্ষপুৰ্তি পালন কৰে। ২০১৯ চনৰপৰা গছপুলি ৰোপণৰ প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ মহনক ইতিমধ্যে বিভিন্ন দল-সংগঠনে সম্বৰ্ধনাও জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মন কৰক এই দৃশ্য লৈ কেনেদৰে ৰাজপথত জলি আছে এখন ইন্ধন ভৰ্তি কণ্টেনাৰ
মন কৰক এই দৃশ্য লৈ কেনেদৰে ৰাজপথত জলি আছে এখন ইন্ধন ভৰ্তি কণ্টেনাৰ Video Social Media ত Viral
Bhavnagar I પ્રજાપતિ સમાજ વિકાસ ટ્રસ્ટ દ્વારા વિદ્યાર્થી સન્માન સમારોહ યોજાયો I Divyang News
Bhavnagar I પ્રજાપતિ સમાજ વિકાસ ટ્રસ્ટ દ્વારા વિદ્યાર્થી સન્માન સમારોહ યોજાયો I Divyang News
પાવીજેતપુર નગરમાં તેમજ ગ્રામ્ય વિસ્તારોમાં વિધાનસભાની ચૂંટણી અનુસંધાને સુરક્ષા દળોનું ફૂટ પેટ્રોલિંગ
વિધાનસભાની ચૂંટણીને ગણતરીના દિવસો બાકી રહ્યા છે ત્યારે પાવીજેતપુર નગર તેમજ તાલુકાના ગામડાઓમાં...
દિયોદર પોલીસ દ્વારા દિયોદર ની જનતા ને અપીલ..
દિયોદર પોલીસ સ્ટેશનના છેલ્લા દસ વર્ષના ઘરફોડ / ચોરીના બનાવ બાબતે એનાલીસીસ ( પૃથ્થકરણ ) કરતા એવુ...
Delhi में सिर्फ 15 हजार रुपये के लिए भाई को बचाने के चक्कर में बहनों की गई जान। Delhi News
चक्रवाती तूफान बिपरजॉय का असर कई राज्य में देखने को मिल रहा है,,,गुजरात में अपना तांडव दिखने के...