কালি পূজা বা দিপাৱলীৰ উপলক্ষত চাহ বাগিচা অঞ্চলত পূজা সমিতি সমূহে বোলছবি প্ৰদৰ্শনৰ গইনা লৈ একাংশ দুষ্ট চক্ৰই মদ আৰু জোৱাৰ আড্ডা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে। এই ক্ষেত্ৰত চৰাইদেউ আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তিয়ে। তেখেতে জনোৱা অনুসৰি চাহ বাগিচা অঞ্চলত পূজা অনুষ্ঠিত কৰা পূজা স্থলীত বোলছবি প্ৰদৰ্শন বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনোৱা হৈছিল যদিও সেই অনুৰোধ অগ্ৰাহ্য কৰা পৰিপ্ৰেক্ষিতত দুষ্ট চক্ৰই অসামাজিক কাৰ্যকলাপ চলাবলৈ সুবিধা পাইছে। সেয়েহে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পুনৰ অনুৰোধ জনাইছে জিলা প্ৰশাসনক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિંછ ના ધામાં..
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિંછ ના ધામાં..
AAJTAK 2 LIVE | UDAIPUR KNIFE INCIDENT | छात्र की मौत के बाद शहर में भारी टेंशन ! | AT2
AAJTAK 2 LIVE | UDAIPUR KNIFE INCIDENT | छात्र की मौत के बाद शहर में भारी टेंशन ! | AT2
પાવીજેતપુર નજીક કુકણા ગામ પાસે ડાયવર્ઝન ઉપર ટ્રકે ત્રણ ગુલામટા ખાતા ડ્રાઇવર કંડક્ટર નો આબાદ બચાવ
પાવીજેતપુર નજીક કુકણા ગામે રસ્તા નું કામ ચાલતું હોય ત્યારે ડ્રાઈવરજન ઉપર ટ્રક રોડની નીચે ઉતરી જતા...
MCN NEWS| ज्ञानराधा मल्टीस्टेटच्या वतीने गुणवंत विद्यार्थ्यांचा सत्कार
MCN NEWS| ज्ञानराधा मल्टीस्टेटच्या वतीने गुणवंत विद्यार्थ्यांचा सत्कार