দিপাৱলীৰ দিনাই নলবাৰী জিলাৰ উত্তৰ গোৱালপাৰা গাৱঁত সদ্যঘোষিত এ পি এছ চি পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা নিৰ্মালি বৰ্মনক উস্ম আদৰণি জনাই৷উল্লেখ্য যে ৫৬ নং স্থানপ্ৰাপ্তিৰে উত্তীৰ্ণ হোৱা নিৰ্মালি বৰ্মনক উত্তৰ গোৱালপাৰা গাওঁবাসীয়ে কালি সম্বৰ্ধনা জনাই৷ ইয়াৰ আগতে শৈশবত তেওঁ পঢ়া উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়লৈ ঢোল ডগৰৰে আদৰি আনেে৷ইয়াৰ পিচতে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাত গাওঁবাসীৰ লগতে বহু কেইতা অনুষ্ঠান তথা দল সংগঠনে সম্বৰ্ধনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર પાસે પાટીદાર પાસે ફોરવીલ કાર ખાળીયા માં જઈ ખાબકી હતી
વલભીપુર પાસે પાટીદાર પાસે ફોરવીલ કાર ખાળીયા માં જઈ ખાબકી હતી
🔴 LIVE PALIYAD "THAKAR NI PADHRAMANI" VADODARA Devayat khavad New Lok Dayro 2022
🔴 LIVE PALIYAD "THAKAR NI PADHRAMANI" VADODARA Devayat khavad New Lok Dayro 2022
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી