আজি আবেলি মৰাণ অটো পাৰ্টছ নামৰ এখন দোকানত এজন ব্যক্তিক ব্যৱসায়ীজনে ঋণত বস্তু নিদিয়াৰ বাবে দোকানৰ সামগ্ৰী দলিয়াই আক্ৰমণ কৰে। সভাগ্য ক্ৰমে ব্যৱসায়ীজন আক্ৰমণৰ পৰা ৰক্ষা পৰে। তথ্য অনুসৰি, এজন ব্যক্তিয়ে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ব ১ নং ৱাৰ্ডত অৱস্থিত গুড্ডু সিঙৰ মৰাণ অট পাৰ্টছৰ দোকানত হুলস্থূল সৃষ্টি কৰে লগতে গালি-গালাজ কৰে। গুড্ডু সিঙে জানিৱ দিয়া অনুসৰি, মৰাণ বাটামাৰাৰ বাসিন্দা পৰেশ গোঁহাইয়ে দোকানখনৰ পৰা ঋণত বস্তু বিচাৰিছিল ব্যৱসায়ীজনে তেওঁক ঋণ দিবলৈ অস্বীকাৰ কৰিলে পৰেশে দোকানৰ সামগ্ৰী নষ্ট কৰাৰ লগতেগুড্ডু সিঙক লোহাৰ টুকুৰাৰে আক্ৰমণ কৰে৷ অৱশ্যে, গুড্ডু সিঙ সভাগ্য ক্ৰমে বাচি যায়। গুড্ডু সিঙে গোচৰটোৰ বিষয়ে মৰাণহাট আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হৈ মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অতুল পাটাৰ আৰু ট্ৰেফিক ভাৰপ্ৰাপ্ত মাইনুল ইছলামে পৰিস্থিতিৰ বুজ লয় আৰু তেওঁলোকক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'क्या आपने अपने बजट भाषणों में सभी राज्यों का नाम लिया था', खरगे के आरोपों पर भड़कीं निर्मला सीतारमण
संसद के मानसून सत्र के दौरान विपक्षी दलों ने केंद्र सरकार के खिलाफ मोर्चा खोल दिया है। आईएनडीआईए...
Alia Bhatt is appointed Gucci's first Indian global ambassador, and she will feature at the Gucci Cruise 2024 fashion show. - Newzdaddy
The actress Alia Bhatt is literally rolling! The actress has added another achievement to her...
શહેરમાં છેલ્લા બે દિવસથી ઠંડી વધી છે. રાત્રિનો પારો વધુ 1. 3 ડિગ્રી ગગડ્યો
શહેરમાં છેલ્લા બે દિવસથી ઠંડી વધી છે. રાત્રિનો પારો વધુ 1. 3 ડિગ્રી ગગડ્યો છે. છેલ્લા બે દિવસમાં...