কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত আজিৰে পৰা দুদিনীয়াকৈ ১৩৮ তম শ্ৰীশ্ৰী কালীপূজা আৰম্ভ হৈছে৷আজি পূৱা ধৰ্মীয় পতাকাৰে আৰম্ভ কৰা উক্ত পূজাৰ আয়তীনাম উদ্বোধন কৰে এমট্ৰনৰ উপপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷ইতিমধ্যে পূৱাৰে পৰা পূজাস্থলীত অসংখ্য ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই দেৱীৰ আশীষ মাগা দেখা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত মনোজ ধানোৱাৰৰ উদ্যোগত সহস্ৰাধিক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ লোকে যোগদান কৰিলে আপত
মৰাণত কংগ্ৰেছ আৰু ৰাইজৰ দল, বিজেপিৰ কৰ্মী মনোজ ধানোৱাৰৰ উদ্যোগত সহস্ৰাধিক লোকে যোগদান কৰিলে আপত
सांसद मदन राठौड़ के शपथ ग्रहण समरोह मे जिले भर से कार्यकर्ता लेगे भाग राठौड़ के नेतृत्व मे पहुँचेगे जयपुर
जयपुर शपथ ग्रहण समारोह मे ज़िले भर से भाजपा कार्यकर्ता प्रदेक्षाध्य्क्ष राठौड़ के नेतृत्व मे...
বিশ্বনাথ প্ৰশাসন উদ্যোগত স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰস্তুতি
বিশ্বনাথ প্ৰশাসন উদ্যোগত স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰস্তুতি ।
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex