কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত আজিৰে পৰা দুদিনীয়াকৈ ১৩৮ তম শ্ৰীশ্ৰী কালীপূজা আৰম্ভ হৈছে৷আজি পূৱা ধৰ্মীয় পতাকাৰে আৰম্ভ কৰা উক্ত পূজাৰ আয়তীনাম উদ্বোধন কৰে এমট্ৰনৰ উপপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷ইতিমধ্যে পূৱাৰে পৰা পূজাস্থলীত অসংখ্য ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই দেৱীৰ আশীষ মাগা দেখা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણ : આત્મનિર્ભર બનતા સ્વસહાય જૂથો | SatyaNirbhay News Channel
પાટણ : આત્મનિર્ભર બનતા સ્વસહાય જૂથો | SatyaNirbhay News Channel
শ্ৰী শ্ৰী আউনীআটী সত্ৰত আৰম্ভ পবিত্ৰ ভাদমহীয়া নাম
শ্ৰী শ্ৰী আউনীআটী সত্ৰত আৰম্ভ পবিত্ৰ ভাদমহীয়া নাম
India-Maldives Controversy: ऐक्शन में भारत, विदेश मंत्रालय पहुंचे मालदीव के उच्चायुक्त | Breaking
India-Maldives Controversy: ऐक्शन में भारत, विदेश मंत्रालय पहुंचे मालदीव के उच्चायुक्त | Breaking
આઇ.સી.ડી.એસ દ્વારા ચાલતા પા પા પગલી પ્રોજેક્ટ અંતર્ગત ગામ- સુબાપુરા.રાખવામાં આવ્યો
- ''ની વૈશાખ વદ અમાસ.પોગ્રામ ઓફીસરશ્રી ગૌરીબેન સોલંકીની પ્રેરણાથી આઇ.સી.ડી.એસ દ્વારા ચાલતા પા પા...