গহপুৰৰ নয়া ঘগৰাচাহবাগিছাত তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে দীপাৱলী,কালীপূজা। পুৱাৰে পৰা ভক্তৰ সমাগম ঘটিছে কালী মন্দিৰলৈ। নয়া ঘগৰা কালী পূজা উদযাপন সমিতিয়ে চিনেমা প্ৰদৰ্শন,মেলাৰো ব্যৱস্থা কৰিছে কালী মন্দিৰৰ প্ৰাংগনত।