নলবাৰী বিধানসভা সমষ্টি ৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৫১ সংখ্যাক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ্যোগত আজি ঘগ্ৰাপাৰৰ হৰিমন্দিৰত বিষ্ণু হোমৰ লগতে কিছু আৰ্থিক ভাৱে দুৰ্বল ব্যক্তিৰ মাজত গৰম বস্ত্ৰ আৰু কিছু আৰ্থিক সাহায্য বিতৰণ কৰা হয় । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ তত্বাৱধানত অনুস্থিত হোৱা অনুষ্ঠানটিত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকি আবেগিক হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ গুৱাহাটীৰ মাজগাঁও পাৰঘাটত জাহাজৰ পৰা পৰিল ধনজিত ইংতি নামৰ কৰ্মচাৰী গৰাকী
উত্তৰ গুৱাহাটীৰ মাজগাঁও পাৰঘাটত জাহাজৰ পৰা পৰিল ধনজিত ইংতি নামৰ কৰ্মচাৰী গৰাকী
નરેન્દ્ર મોદીથી લઈને ગુજરાતનાં દરેક મુખ્યમંત્રી આ બંગલામાં રહેતા ડરે છે
નરેન્દ્ર મોદીથી લઈને ગુજરાતનાં દરેક મુખ્યમંત્રી આ બંગલામાં રહેતા ડરે છે - Video
দক্ষিণ কমলাবাৰী গাওঁ পঞ্চায়তত সম্বৰ্ধনা অনুষ্ঠান
মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কমলাবাৰী গাওঁ পঞ্চায়তত অলপতে বিশেষ গাওঁ সভা আৰু পোষন মাহ...
Breaking News: हमास कमांडर अल कादी को मारा गिराया गया- IDF | Israel-Palestine War Latest Updates
Breaking News: हमास कमांडर अल कादी को मारा गिराया गया- IDF | Israel-Palestine War Latest Updates