নলবাৰী বিধানসভা সমষ্টি ৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৫১ সংখ্যাক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ্যোগত আজি ঘগ্ৰাপাৰৰ হৰিমন্দিৰত বিষ্ণু হোমৰ লগতে কিছু আৰ্থিক ভাৱে দুৰ্বল ব্যক্তিৰ মাজত গৰম বস্ত্ৰ আৰু কিছু আৰ্থিক সাহায্য বিতৰণ কৰা হয় । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ তত্বাৱধানত অনুস্থিত হোৱা অনুষ্ঠানটিত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকি আবেগিক হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઘરમાં ડાઈનીંગ ટેબલ કેવું હોવું જોઈએ ?
#buletinindia #gujarat #
આંખના મેઘધનુષ પર બનેલો ત્રિરંગો, સાથે જ લોકોને આપવામાં આવી આ ચેતવણી
સમગ્ર દેશ આ સમયે ‘આઝાદી કા અમૃત મહોત્સવ’ ઉજવી રહ્યો છે. દરેક વ્યક્તિ પોતાની રીતે આ...
ઉપલેટા: રાધે સેવા ગ્રુપ દ્વારા શ્રીમદ્ ભાગવત સપ્તાહ જ્ઞાનયજ્ઞ પારાયણ | Shrimad Bhagwat Sapta| Upleta
ઉપલેટા: રાધે સેવા ગ્રુપ દ્વારા શ્રીમદ્ ભાગવત સપ્તાહ જ્ઞાનયજ્ઞ પારાયણ | Shrimad Bhagwat Sapta| Upleta
Bihar Caste Survey Report: INDIA की राह भी हुई आसान, Congress का ये है OBC प्लान | Nitish Kumar
Bihar Caste Survey Report: INDIA की राह भी हुई आसान, Congress का ये है OBC प्लान | Nitish Kumar