ম্যানমাৰ, নাগালেণ্ড, ডিমাপুৰ নামতোলাৰ পৰা টিংখাঙৰ মাজেৰে সৰবৰাহ হৈ আছে মাৰাত্মক ড্ৰাগছ। ডিব্ৰুগড় টাউন, দুলীয়াজান আদিলৈ টিংখাং, নাহৰকটীয়া মাজেৰে ড্ৰাগছ সৰবৰাহ হৈছে। এই ক্ষেত্ৰত টিংখাঙৰ আৰক্ষী প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। তদুপৰি সোপাধৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধিক্ষক শ্বেতাং মিশ্ৰই কয় যে পাকিস্তান বাংলাদেশত ভিডিঅ এডিটিং কৰি বিয়পাই দিয়াৰ বাবে এই অপপ্ৰচাৰ চলি সমাজত বিশৃংখল পৰিবেশৰ সৃষ্টি হয় । যাৰ বাবে উৰাবাতৰিৰ বাবে দকমকাৰ দৰে ঘটনা সংঘটিত হৈছিল। দেওবাৰে টিংখাঙৰ দিৰৈপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত টিংখাং থানা এলেকাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ এখন গুৰুত্বপূৰ্ণ সভাত আৰক্ষী অধিক্ষক গৰাকীয়ে গাওঁৰক্ষী বাহিনীৰ দায়িত্ব আৰু কতব্যৰ লগতে সমাজ এখন শান্তি শৃংখলা বৰ্তাই ৰখাৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দি ভাষণ দিয়ে। গুৱাহাটীৰ সভাখনত উপ আৰক্ষী অধিক্ষক নৱ কুমাৰ বৰা, টিংখাং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে, জিলা পৰিষদৰ সদস্য জগৎ বকলীয়াল, টিংখাং আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বন্তি দানহ ডেকা, ৰাজগড় জিলা পৰিষদৰ সদস্য ৰাজেন গগৈ, গাওঁ পঞ্চায়তৰ সভাপতি পুস্পা ৰাজকোঁৱৰ, হেমন্ত হাজৰিকা, ডিব্ৰুগড় জিলাৰ গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা মনোজ দত্ত, টিংখাং গাওঁৰক্ষী বাহিনীৰ উপ সভাপতি লোকেশ্বৰ ধাদুমীয়া আদিৰ লগত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আৰক্ষী অধিক্ষক মিশ্ৰই ড্ৰাগছ, সোপাধৰা আদিৰ লগতে আগন্তুক কালী পূজা আৰু দিপাৱলীৰ নামত যাতে কতো জোৱা খেল নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনায় -
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तालेड़ा उपखंड के बाजड गांव की नहर मे मगरमच्छ का रेस्क्यू किया
रामगढ़ अभ्यारण क्षेत्र बून्दी क्षेत्रीय वन अधिकारी ने बताया कि रामगढ़ विषधारी टाइगर रिजर्व बूंदी...
200MP कैमरा और Snapdragon 8 Gen 4 चिपसेट के साथ लॉन्च होगा Vivo X200 Ultra
Vivo X200 सीरीज अक्टूबर में लॉन्च किया जाएगा। इस सीरीज के तहत कंपनी तीन स्मार्टफोन Vivo X200 Vivo...
છોટાઉદેપુર જિલ્લાના પાવીજેતપુર તાલુકાની સનરાઈઝ સેકન્ડરી અને હાયર સેકન્ડરી શાળાના શિક્ષકો બોર્ડના પરીક્ષાર્થીઓના ઘરે જઈ જરૂરી માર્ગદર્શન આપ્યું
છોટાઉદેપુર જિલ્લાના પાવીજેતપુર તાલુકાની સનરાઈઝ સેકન્ડરી અને હાયર સેકન્ડરી શાળાના શિક્ષકો બોર્ડના...
চৰাইদেউৰ কৃষকৰ বীমা পলিছি বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
চৰাইদেউৰ কৃষকক বীমা পলিচি বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি...
सुमित्रा देवी की स्मृति में लगाई बेंच व फव्वारे का सभापति अग्रवाल ने किया लोकार्पण
सुमित्रा देवी की स्मृति में लगाई बेंच व फव्वारे का सभापति अग्रवाल ने किया लोकार्पण
बून्दी। स्व....