অহা ছয়,সাত আৰু আঠ নবেম্বৰত  নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীশ্ৰী জয় জগন্নাথ মন্দিৰ কোটালকুছিৰ দ্বি-শতবাৰ্ষিকী সমাৰোহ আৰু ঊনবিংশ সংখ্যাক শতচণ্ডী যজ্ঞৰ আয়োজন কৰিছে৷তদুপলক্ষে বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্য্যসূচীৰ আয়োজন কৰিছে৷উক্ত বৰ্নিল অনুষ্ঠানৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে৷