নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমৰা গাৱঁৰ গোপাল দাস নামৰ লোকজনৰ গৃহত এজনী গাইগৰুৱে এটি ছয় ঠেঙীয়া পোৱালি জন্ম দিয়াত গাওঁবাসীৰ মাজত কৌতূহল উপজিছে৷জানিব পৰামতে আজিৰে পৰা তিনিদিন মান আগতে গাইগৰু জনীয়ে পোৱালিটো জন্ম দিয়ে৷বগাৰংৰ দমৰা পোৱালিটো জন্মৰ লগেলগে গৃহস্থই ছয়খন ঠেং প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে৷পোৱালিটো বৰ্তমানলৈকে সুস্থ সৱল হৈ আছে৷পোৱালিটোৰ ছয় ঠেং হোৱাটো বহুতো লোকে শুভ বুলি সদৰি কৰিছে৷আনহাতে বৰ্তমান পোৱালিটো স্ব-চক্ষে চোৱাৰ বাবে গাওঁবাসীৰ লগতে অঞ্চলৰ ৰাইজে গৃহস্থৰ ঘৰলৈ ঢাপলি মেলিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाथरी : महाआवास अभियान २०२१-२०२२ घरकुल पुरस्कार वितरण सोहळा संपन्न...
पाथरी : महाआवास अभियान २०२१-२०२२ घरकुल पुरस्कार वितरण सोहळा संपन्न...
થરાદ ના પેપર ગામે વામેશ્વર મહાદેવ ના મંદિરે શિવરાત્રિના મેળામાં બ્બાલ..
થરાદના પેપરગામે વામેશ્વર મહાદેવના મંદિરે શિવરાત્રીના મેળામાં બબાલ..
વામેશ્વર...
સમસ્ત વાઘનગર ગામ દ્વારા તુલસી વિવાહ સમારોહ નું આયોજન
સમસ્ત વાઘનગર ગામ દ્વારા તુલસી વિવાહ સમારોહ નું આયોજન
पूर्व पीएम अटल बिहारी वाजपेयी की 6वीं पुण्यतिथि:राष्ट्रपति मुर्मू, PM मोदी ने श्रद्धांजलि दी; शाह बोले- उन्होंने देश की सेना और अर्थव्यवस्था मजबूत की
देश के पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी की आज 6वीं पुण्यतिथि है। अटल बिहारी का निधन 16 अगस्त...